New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/just-in-breaking-plate.jpg)
- পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ই ভি এম বিকলৰ খহৰ।
- ৰহাৰ দেওবালি ভোটগ্ৰহণ কেন্দ্ৰত বিকল হ'ল ই ভি এম।
- বাক্সাৰ মহৰিপাৰা বাপুজী এম ই স্কুলত ই ভি এমত বিসংগতি।
- খেৰনিৰ থাংনকবে হিন্দী এম ই স্কুলতো বিফল হৈছে ই ভি এম।
- ৰঙিয়াৰ ৫টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিসংগতিৰ বাবে হোৱা নাই ভোটগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us