/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/71373e7c-4cc5-4a41-ab84-a0bb7230d1ee/111.jpg)
মৈৰাবাৰীৰ বৰথল দলৈগাঁৱত প্রশাসনৰ উচ্ছেদ অভিযান
বিদ্যালয়ৰ খেলপথাৰৰ ভূমি বহু বছৰ ধৰি বেদখল কেইবাটাও পৰিয়ালৰ
খেলপথাৰখন বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
লাহৰীঘাটৰ ৰাজহ চক্র বিষয়াৰ নেতৃত্বত চলিছে উচ্ছেদ অভিযান
গৰাখহনীয়াত ভূমিহীন হৈ চৰকাৰী ভূমিত বাস কৰাৰ দাবী উচ্ছেদিত পৰিয়ালৰ
উচ্ছেদিত পৰিয়ালক সংস্থাপন নিদিয়াত বিধায়ক আমিনুল ইছলামক দোষাৰোপ একাংশ লোকৰ
আৰু পঢ়ক : শিৱসাগৰৰ ৭ বছৰীয়া আয়ুষ্মান শইকীয়া জিলিকিছে ৰাষ্ট্ৰীয় পৰ্যায়ত...