ৰাজ্যৰ শেহতীয়া কোৰোনাকালীন পৰিস্থিতি সন্দৰ্ভত মহানগৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত জৰুৰী বৈঠক…

ৰাজ্যৰ শেহতীয়া কোৰোনাকালীন পৰিস্থিতি সন্দৰ্ভত মহানগৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত জৰুৰী বৈঠক…

author-image
asomiyapratidin
New Update
কোভিডত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

  • মহানগৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত জৰুৰী বৈঠক।
  • বৈঠকত ৰাজ্যৰ শেহতীয়া কোৰোনাকালীন পৰিস্থিতি সন্দৰ্ভত আলোচনা।
  • বৈঠকত অংশ লৈছে মুখ্যমন্ত্ৰী সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • বৈঠকত উপস্থিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি চৰকাৰী শীৰ্ষ বিষয়াবৃন্দ।