শিলচৰত মথাউৰি কাটি দিয়া ঘটনা সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ এজন…

শিলচৰত মথাউৰি কাটি দিয়া ঘটনা সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ এজন…

author-image
asomiyapratidin
New Update
গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহ…

ডিজিটেল ডেস্ক: শিলচৰত মথাউৰি কাটি দিয়াৰ ঘটনাৰ লগত জড়িত আৰু এজনক গ্রেপ্তাৰ। ৰাজু দেৱ নামৰ যুৱকজনক গ্রেপ্তাৰ শিলচৰ আৰক্ষীৰ।

Advertisment

বেঁতুকান্দিৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰাজু। ৰাজু শিলচৰৰ হিন্দুত্ববাদী সংগঠনৰ কৰ্মী বুলি জানিব পৰা গৈছে।মথাউৰিটো কাটি দিয়াৰ ফলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল শিলচৰত

উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে তদন্তত নামিছিল আৰক্ষী। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৫ জনক গ্রেপ্তাৰ কৰা হৈছে লগতে তদন্ত অব্যাহত আছে।

আৰু পঢ়ক: মহিলাক কাম দিয়াৰ চলেৰে প্ৰৱঞ্চনা, আটক গৃহৰক্ষী জোৱান..

assam Silchar arrested