/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/90e7f6f1-076f-4bed-a49c-b320dbd2942b/3.jpg)
-
কলিয়াবৰৰ লাওখোৱাৰ বেলগুৰিত বনৰীয়া হাতীৰ সন্ত্ৰাস।
-
বনৰীয়া হাতীৰ আক্রমণত নিহত এজন লোক
-
পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় যতীন্দ্ৰ মণ্ডল নামৰ লোকজন।
-
বনৰীয়া হাতীটো লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিছিল জনাঞ্চলত।
-
এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Also Read: ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক...