নিজ বাসগৃহত থকা সময়তেই বন্যহস্তীৰ আক্ৰমণ, প্ৰাণ গ’ল এজনৰ…

নিজ বাসগৃহত থকা সময়তেই বন্যহস্তীৰ আক্ৰমণ, প্ৰাণ গ’ল এজনৰ…

author-image
asomiyapratidin
New Update
নিজ বাসগৃহত থকা সময়তেই বন্যহস্তীৰ আক্ৰমণ, প্ৰাণ গ’ল এজনৰ…

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰত সোমবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয়। কলিয়াবৰৰ ৰেকাপাহাৰৰ নিজৰিবস্তিত সংঘটিত হৈছে এই কৰুণ ঘটনা।

Advertisment

নিহত লোকজন ইনতাজ আলি।লোকজনক নিজৰ ঘৰতে আক্ৰমণ কৰে বনৰীয়া হাতীয়ে। থিতাতে নিহত হয় সত্তৰ বছৰীয়া ইনতাজ আলি।

খাদ্যৰ সন্ধানত দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে নিশা অঞ্চলটোত চলাই উপদ্ৰৱ।তাৰ মাজতে ঘৰৰ চৌহদৰ ভিতৰতে হাতীৰ আক্ৰমণত নিহত হয় ইনতাজ আলি নামৰ লোকজন।

আৰু পঢ়ক: জনতাৰ ওপৰত মাধমাৰ ! আজিৰে পৰা দাম বৃদ্ধি পালে কেইবাবিধো সা-সামগ্ৰীৰ…

assam attack elephant dead kaliabor