/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/551e7958-6bdf-4f10-80ac-2cd192c75fa6/mannn.jpg)
mankachar elephant
-
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।
-
জাগুনৰ ২নং কংকান মিছিং গাঁৱত হাতীৰ আক্রমণত মৃত্যু এজনৰ।
-
মৃত লোকজনৰ নাম নন্দ মিলি বুলি জানিব পৰা গৈছে।
-
বুধবাৰে কচু আনিবলৈ বনাঞ্চললৈ যোৱাৰ সময়তেই এই ঘটনা।
-
গাঁৱৰ ৰাইজে চিকিৎসালয়লৈ নিয়ে যদিও লোকজনক মৃত ঘোষণা চিকিৎসকৰ।