হাতীৰ আক্ৰমণত মৃত্যু এজনৰ...

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।
mankachar elephant
mankachar elephant
  • ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।

  • জাগুনৰ ২নং কংকান মিছিং গাঁৱত হাতীৰ আক্রমণত মৃত্যু এজনৰ।

  • মৃত লোকজনৰ নাম নন্দ মিলি বুলি জানিব পৰা গৈছে।

  • বুধবাৰে কচু আনিবলৈ বনাঞ্চললৈ যোৱাৰ সময়তেই এই ঘটনা।

  • গাঁৱৰ ৰাইজে চিকিৎসালয়লৈ নিয়ে যদিও লোকজনক মৃত ঘোষণা চিকিৎসকৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in