New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-overtake.jpg)
- নিশা ১২.৪০ বজালৈকে ৫৪২খন আসনৰ ভিতৰত ঘোষণা হৈছে ৪১৪খন আসনৰ ফলাফল।
- বিজেপি দলে অগ্ৰগতি লাভ কৰিছে ২৫৪খন আসনত।
- ৪৯খন আসনত লাভ কৰিছে দলটোৱে।
- আনহাতে, কংগ্ৰেছ দলে ৪০খন আসন লাভ কৰাৰ লগতে ১২খন আসনত অগ্ৰগতি লাভ কৰি আছে।
- জনতা দল ইউনাইটেডে লাভ কৰিছে ১৫খন আসন।
- সমাজৱাদী পাৰ্টিয়ে লাভ কৰিছে ৫খন আসন।
- তেলেংগানাৰ ৰাষ্ট্ৰ সমিতিয়ে লাভ কৰিছে ৯খন আসন।
- শিৱসেনাই লাভ কৰিছে ১১খন আসন।
- আনহাতে, টি এম চিয়ে ১৫খন আসন লাভ কৰাৰ লগতে অগ্ৰগতি লাভ কৰি আছে ৭খন আসনত।