মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

ডিজিটেল সংবাদ,বাক্সাঃ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইঘন্টামান বাকী।ইতিমধ্যে বাক্সা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকল।

৩ নং তামুলপুৰ আৰু ৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ৪৭০ টা ভোট কেন্দ্ৰৰ কাৰণে ৪৭০ গৰাকী প্ৰিজাইডিং আৰু ১৪১০ গৰাকী পুলিং বিষয়াই ইভিএম মেচিনকে ধৰি সকলো সামগ্ৰী সংগ্ৰহৰ কাৰণে বাক্সাৰ মুছলপুৰত উপস্থিত হৈছে।

দুয়োটা বিধানসভা সমষ্টিৰ ৪,১১,৬৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ কাৰণে সাজু হৈছে সকলো প্ৰিজাইডিং আৰু পুলিং বিষয়া।

মুছলপুৰত উপস্থিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰী
লোকসভা নিৰ্বাচন ২০২৪ঃ ১৩ৰাজ্যৰ ৮৯টা সমষ্টিত কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in