‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত ২৪x৭ নিৰ্বাচনী খবৰ…

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত ২৪x৭ নিৰ্বাচনী খবৰ…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাতৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে ২৪ ঘণ্টাজুৰি প্ৰকাশৰ দিহা কৰিছে। ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অসমৰ ৫টা সমষ্টিৰ লগতে দেশৰ ৯৬টা সমষ্টিৰ ভোটগ্ৰহণৰ সবিশেষ খবৰ প্ৰকাশৰ বাবে বিশেষ দিহা কৰিছে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে।

এই সন্দৰ্ভত আপোনাৰ ওচৰত কিবা খবৰ থাকিলে আপুনিও প্ৰেৰণ কৰিব পাৰিব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণলৈ। খবৰৰ সবিশেষ সহ ফটো আৰু ভিডিঅ'ৰ সৈতে এই বাতৰি হোৱাটছএপযোগে ৯৯৫৪৫-৪৪৪৫০, ৯৪৩৫০-৬২৬৭৮ আৰু ৬০০৯৫-৫৩৪৩৪ নম্বৰত প্ৰেৰণ কৰা লগতে ফোনযোগেও সবিশেষ জনাব পাৰিব। আপোনাৰ চকুত পৰা কোনো বিশেষ নিৰ্বাচনী সংক্ৰান্তীয় বাতৰি থাকিলে এই নম্বৰৰ জৰিয়তে আমাক অৱগত কৰিব পাৰিব।