/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bf679ba0-c4d1-4729-95eb-6e0cf402930a/WhatsApp_Image_2022_09_14_at_12_50_31_AM.jpeg)
ELECTION COMMISSION OF INDIA
মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।
নিৰ্বাচনৰ দিন ঘোষণাৰ পৰ্যালোচনাৰ বাবে আহিব নিৰ্বাচন আয়োগ।
মুখ্য নিৰ্বাচনী আয়ুক্তৰ নেতত্বত আহিব দলটো।
কাইলৈ মুখ্য সচিব, জিলা আয়ুক্তসকলৰে বৈঠকত বহিব ECৰ দল।
বিহুৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিতৰ বাবে পৰ্যালোচনা কৰিব ECয়ে।
Also Read: ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ৰিন্টু শইকীয়াই