New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/earthquick.jpg)
- ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। 
- মঙলবাৰে দুপৰীয়া ২বাজি ২৮ মিনিটত অনুভূত হয় মৃদু ভূমিকম্পৰ জোকাৰণি। 
- অৱশ্যে ভূমিকম্পটোৰ অভিকেন্দ্ৰ এতিয়ালৈ জানিব পৰা হোৱা নাই। 
- ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৪.০। 
Also Read: 'অসমক বলিষ্ঠ ৰাজ্য গঢ়াৰ বাবে প্ৰতিবাদকাৰীৰ সহযোগৰ প্ৰয়োজন'- শিবু মিশ্ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us