পুনৰ ৰাজ্যক জোকাৰি গ'ল ভূমিকম্পই...

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ১১ বাজি ৩৩ মিনিটত অনুভূত হয় এই জোকাৰণি।গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে জোকাৰণি। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো ভূমিকম্পৰ জোকাৰণি…
  •  পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
  • পুৱা ১১ বাজি ৩৩ মিনিটত অনুভূত হয় এই জোকাৰণি।
  • গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে জোকাৰণি।
  • কেইবা ছেকেণ্ড ধৰি অনুভূত হয় এই জোকাৰণি।
  • অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই। 
ভূমিকম্প