সেমেকা বতৰৰ মাজতেই ভূমিকম্পই জোকাৰিলে ৰাজ্য...

ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৪.৬

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

ভূমিকম্প...

ডিজিটেল ডেস্কঃ ভূমিকম্পই জোকাৰিলে অসম। বিয়লি ৪-৩০ বজাত অনুভূত হয় এই কম্পন। গুৱাহাটী মহানগৰীৰ উপৰিও ইয়াৰ দাঁতিকাষৰীয়া বহু কেইটা অঞ্চলত এই কম্পন অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

এণ্ডড্ৰইড আৰ্থকোৱেক এলাৰ্ট ছিছটেমৰ মতে ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৬। এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল কামৰূপ মহানগৰৰ পৰা ৫ কিলোমিটাৰ আঁতৰত। বৰ্তমানলৈকে এই ভূমিকম্পৰ কোনো ক্ষয়, ক্ষতিৰ খবৰ লাভ কৰা নাই।

Also Read: জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ হিমাশ্ৰীৰ বিৰুদ্ধে চানমাৰি থানাত এজাহাৰ...

ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ