New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b6143c21-bc5b-4869-9b45-f42c1f67d26c/eart.jpg)
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।
মৃদু প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।
ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪.৭।
১০বাজি ৬ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা ১৩কিলোমিটাৰ নিলগত।
এতিয়ালৈকে কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us