অসম মুখ্য-পৃষ্ঠা বৰষুণৰ মাজতেই ভূমিকম্পই জোকাৰি গ’ল অসম বৰষুণৰ মাজতেই ভূমিকম্পই জোকাৰি গ’ল অসম asomiyapratidin 15 May 2022 21:56 IST Follow UsNew Updateপ্ৰতীকি ফটো ৰাজ্যত ভূমিকম্পৰ মৃদু জোকাৰণি।ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত জোকাৰণি।অসমৰ লগতে উত্তৰ-পূৱৰ বিভিন্ন ঠাইত জোকাৰণি অনুভূত।নিশা ৯ বাজি ৪৭ মান বজাত ভূমিকম্পই জোকাৰি যায়।অভিকেন্দ্ৰ মৰিগাঁও বুলি জানিব পৰা গৈছে। assam earthquakeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক