/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰিলে দুলু আহমেদে।
হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে আহমেদে।
হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী যুৱতীক কেন্দ্ৰ কৰি অশালীন মন্তব্য কৰাৰ অভিযোগ।
সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা মন্তব্য দিয়াৰ বাবে এ.আই.ইউ.ডি.এফৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
২ ডিচেম্বৰ ২০২২ত এই অশালীন মন্তব্য কৰিছিল আজমলে।