New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযান
অইলৰ আৱাসিক অঞ্চলৰ পৰা আটক তিনি ড্রাগছ সেৱনকাৰীক
আটক বিতু দৰ্জী, দ্বীপ চেত্রী, সুৰেনজিৎ কলিতা
ড্রাগছ সেৱনকাৰীকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ ড্রাগছ
ড্রাগছ সেৱনকাৰীকেইটাক দুলীয়াজান আৰক্ষীক চমজাই দিয়ে