পত্নী-পুত্ৰই মিলি হত্যা কৰিলে এজনক...

দুলীয়াজানৰ বালিজান চাহ বাগিচাত হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
সোণৰ নাওসহ দিছপুৰত আটক যুৱক

দুলীয়াজানৰ বালিজান চাহ বাগিচাত হত্যাকাণ্ড।

পত্নী আৰু পুত্রই মৰিয়াই হত্যা কৰিলে এজনক।

দেওবাৰে সংঘটিত হয় এই ঘটনা।

নিহত লোকজনৰ নাম চুকৰা ভূমিজ।

হত্যাকাৰী পূৰ্ণিমা ভূমিজ আৰু সমীৰ ভূমিজক আটক।

পাৰিবাৰিক কন্দলৰ পৰিণতিতেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

assam murder crime