/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d053a6b6-e253-42b4-ade3-9b497abb1c9d/dfd.jpg)
দুলীয়াজানত অইল ইণ্ডিয়া লিঃৰ তৈলখাদত ভয়ংকৰ কাণ্ড।
ডাঙৰ শব্দ কৰি ভূগৰ্ভৰ পৰা নিৰ্গমন গেছ।
বৃহস্পতিবাৰে হোৱা বিস্ফোৰণৰ পিছতেই প্রাকৃতিক গেছৰ নিৰ্গমন।
ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিত অৱস্থিত তৈলখাদত এই গেছ নিৰ্গমন।
৩৬৭ নম্বৰ তৈলখাদত সংঘটিত এই কাণ্ড।
ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী।
এতিয়ালৈকে অইল কৰ্তৃৰ্ক্ষই বন্ধ কৰিব পৰা নাই গেছৰ নিৰ্গমন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us