দুলীয়াজানত অইলৰ খাদত গেছ নিৰ্গমন...

দুলীয়াজানত অইলৰ খাদত গেছ নিৰ্গমন...
  • দুলীয়াজানত অইল ইণ্ডিয়া লিঃৰ তৈলখাদত ভয়ংকৰ কাণ্ড।

  • ডাঙৰ শব্দ কৰি ভূগৰ্ভৰ পৰা নিৰ্গমন গেছ।

  • বৃহস্পতিবাৰে হোৱা বিস্ফোৰণৰ পিছতেই প্রাকৃতিক গেছৰ নিৰ্গমন।

  • ডিৰিয়াল চাহ বাগিচাৰ গজালবস্তিত অৱস্থিত তৈলখাদত এই গেছ নিৰ্গমন।

  • ৩৬৭ নম্বৰ তৈলখাদত সংঘটিত এই কাণ্ড।

  • ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী।

  • এতিয়ালৈকে অইল কৰ্তৃৰ্ক্ষই বন্ধ কৰিব পৰা নাই গেছৰ নিৰ্গমন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in