New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/boakhat-fire-kun-hbo-cmmask-for-web-AP-full-no-ad-2-copy.jpg)
প্ৰতীকি ফটো
- দুলীয়াজানৰ বামহুকুটা অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।
- উমা শংকৰ পাণ্ডে নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড।
- উমা শংকৰৰ ঘৰৰ পৰা সমীপৰ ঘৰলৈ জুই সম্প্রসাৰিত।
- এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ।
- অগ্নিকাণ্ডৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত।
- বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্রপাত হোৱাৰ সন্দেহ।