New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- দুলীয়াজানত ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- ভাদৈ পাঁচআলিৰ নগাজান অঞ্চলত অভিযান।
- সোমবাৰৰ এই অভিযানত ড্রাগছসহ গ্রেপ্তাৰ এটা সৰবৰাহকাৰী।
- ধৃত দুলীয়াজানৰ কঠালগুৰিৰ ডাইমন শইকীয়া।
- যুৱকজনৰ পৰা উদ্ধাৰ ড্রাগছ সেৱনত ব্যৱহৃত বহু সামগ্রী।
- ধৃত যুৱকজনক ডিব্রুগড় কাৰাগাৰলৈ প্রেৰণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us