দুলীয়াজানত ৰহস্যজনক বিস্ফোৰণ, ছিন্ন-বিচ্ছিন্ন যুৱকৰ শৰীৰ

দুলীয়াজানত ৰহস্যজনক বিস্ফোৰণ।
দুলীয়াজানত ৰহস্যজনক বিস্ফোৰণ, ছিন্ন-বিচ্ছিন্ন যুৱকৰ শৰীৰ
  • দুলীয়াজানত ৰহস্যজনক বিস্ফোৰণ।

  • বিস্ফোৰণত নিহত এজন যুৱক।

  • যুৱকজনৰ নাম ৰিতুৰাজ মেচ।

  • বিস্ফোৰণৰ ফলত ছিন্ন-বিচ্ছিন্ন হৈ পৰে যুৱকজনৰ শৰীৰ।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

  • যুৱকজনৰ গুদামঘৰত সংঘটিত হৈছে এই বিস্ফোৰণ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in