New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
দুলীয়াজানত ৰহস্যজনক বিস্ফোৰণ।
বিস্ফোৰণত নিহত এজন যুৱক।
যুৱকজনৰ নাম ৰিতুৰাজ মেচ।
বিস্ফোৰণৰ ফলত ছিন্ন-বিচ্ছিন্ন হৈ পৰে যুৱকজনৰ শৰীৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
যুৱকজনৰ গুদামঘৰত সংঘটিত হৈছে এই বিস্ফোৰণ।