New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/85c5b34b-bc41-4063-87a9-6458e6056429/agranii.jpg)
duliajan accident
দুলীয়াজানৰ জালনীত পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহন আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেলখনৰ আৰোহী।
নিহত দুলীয়াজানৰ বুদ্ধমন্দিৰৰ ৰাহুল সোনাৰ।
ডিগবৈৰ পৰা দুলীয়াজান অভিমুখে গৈ থাকোতে এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন চাৰিচকীয়া বাহনখনৰ চালকৰ।