New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...
-
দুলীয়াজানৰ গেছ পৰিবাহী পাইপ লাইনত অগ্নিকাণ্ড।
-
দুলীয়াজানৰ ডিৰিয়াল গাঁৱত সংঘটিত এই অগ্নিকাণ্ড।
-
বিগত কেইবাদিন ধৰি পাইপ লাইনটোৰ পৰা নিৰ্গত হৈ আছিল গেছ।
-
OILৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।