দুধনৈত গ্রেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত…

দুধনৈত গ্রেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত…

• দুধনৈত গ্রেপ্তাৰ দুই দুৰ্ধৰ্ষ ডকাইত

• গ্রেপ্তাৰ কৰা দুই ডকাইত মেঘালয়ৰ গীলবাৰ্ট চাংমা, দুধনৈৰ সুষ্টম ৰাভা

• কিছুদিন পূৰ্বে দুধনৈৰ 'হিয়া হাৰ্ডৱে'ৰ দোকানত সংঘটিত হৈছিল ডকাইতি কাণ্ড

• ডকাইত দুটাৰ পৰা জব্দ এখন ডেগাৰ, পুতলা পিষ্টল আৰু মোবাইল ফোন

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in