/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5d8b019b-c051-4b91-84b8-333522f6d9ec/byt.jpg)
বুধবাৰে কামপুৰৰ কাকতিগাঁৱত পুনৰ ড্ৰাগছসহ দুজন লোকক আটক ।
কাকতিগাঁৱৰ ৰে'লগেটত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আটক কৰে দুয়োজনক।
আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷
ধৃত লোক দুজন এহিয়া আলী আৰু আবু চাহিদ বুলি জানিব পৰা গৈছে। ৷
ধৃত লোক দুজনৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে।
অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us