New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bc19ef4d-9a85-46ff-af62-9f5b92bb115d/111.jpg)
মুকালমুৱাৰ ৩নং লাৰকুছিত আৰক্ষীৰ অভিযান
অভিযানত নগদ ধনসহ জব্দ ৯টা কণ্টেইনাৰভৰ্তি ড্রাগছ
দৌলাশাল আৰক্ষীৰ অভিযানত আটক দুই সৰবৰাহকাৰী
আটক জাইদুল হক আৰু নুৰ মহম্মদ নামৰ ২ সৰবৰাহকাৰী
জব্দ নগদ ৩ হাজাৰ টকা
আৰু পঢ়ক : ড'প পৰীক্ষাত ব্যৰ্থ ভাৰোত্তোলক সঞ্জিতা চানু