New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7f6b4e7f-b639-4f63-b228-0f434e4f2eff/111.jpg)
লামডিঙত ২ কোটি টকাৰ গাঞ্জা জব্দ
২৭ নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ গাঞ্জাখিনি
অভিযানত এখন ট্রাকৰ পৰা ১২ কুইণ্টল গাঞ্জা জব্দ
কহিমাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ গাঞ্জাখিনি
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৪ সবৰাহকাৰীক
গ্রেপ্তাৰ ইবমায়া থাপা, ইয়াৰিচুৰ, দেবিন সিং, মুক্তৰা দেৱী
এখন হোণ্ডাই বাহনো জব্দ কৰে আৰক্ষীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us