লামডিঙত ২ কোটি টকাৰ গাঞ্জা জব্দ

লামডিঙত ২ কোটি টকাৰ গাঞ্জা জব্দ
  • লামডিঙত ২ কোটি টকাৰ গাঞ্জা জব্দ

  • ২৭ নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ গাঞ্জাখিনি

  • অভিযানত এখন ট্রাকৰ পৰা ১২ কুইণ্টল গাঞ্জা জব্দ

  • কহিমাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে জব্দ গাঞ্জাখিনি

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৪ সবৰাহকাৰীক

  • গ্রেপ্তাৰ ইবমায়া থাপা, ইয়াৰিচুৰ, দেবিন সিং, মুক্তৰা দেৱী

  • এখন হোণ্ডাই বাহনো জব্দ কৰে আৰক্ষীয়ে

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in