কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত আৰক্ষীৰ অভিযান...

কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত আৰক্ষীৰ অভিযান...
  • কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত আৰক্ষীৰ অভিযান

  • অসম-ত্রিপুৰা সীমান্তৰ চুৰাইবাৰীত অভিযান

  • অভিযানত জব্দ বৃহৎ পৰিমাণৰ ফেন্সিডাইল

  • AS-01-HC-6669 নম্বৰৰ এখন ট্রাকসহ জব্দ ফেন্সিডাইলখিনি

  • ট্রাকখনৰ পৰা জব্দ ২০ বস্তা ফেন্সিডাইল জব্দ

  • জব্দকৃত ফেন্সিডাইলখিনিৰ বজাৰমূল্য প্রায় ১০ লাখ টকা

  • ট্রাকখন গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী আছিল

  • ট্রাকখনৰ চালক আৰু সহকাৰী চালকক সোধা-পোছাৰ বাবে আটক

  • আটক চালক আনোৱাৰ হুছেইন আৰু সহ চালক গুলজাৰ হুছেইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in