New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
জুৰীয়াত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান
অভিযানত আটক দুই কুখ্যাত ড্রাগছ সৰবৰাহকাৰী
আটক হবিবুৰ ৰহমান আৰু জালাল উদ্দিন
সৰবৰাহকাৰীদ্বয়ৰ পৰা জব্দ এটা ড্রাগছভৰ্তি চাবোনৰ বাকচ
লগতে জব্দ নগদ ১২হাজাৰ টকাসহ ৫টা মোবাইল ফোন
জুৰীয়াৰ মহগুৰিৰ পৰা আটক সৰবৰাহকাৰী দুটাক