যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • যোৰাবাটত মহানগৰ আৰক্ষীৰ অভিযান ।

  • যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এই অভিযান ।

  • এখন ট্রাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ।

  • ট্রাকখনৰ চালক-হেণ্ডিমেনক আটক ।

  • জব্দ ট্রাকখনৰ নম্বৰ HR-38-T-2913 ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in