গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ সংখ্যক ড্ৰাগছ...

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ সংখ্যক ড্ৰাগছ...
  • গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ সংখ্যক ড্ৰাগছ

  • আৰক্ষীয়ে জব্দ কৰে ১০ হাজাৰটা ছেমপেক্স টেবলেট

  • কেইবা লাখ টকা বজাৰ মূল্য এই টেবলেটখিনি

  • মাৰফত আলী নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

  • নগাৱঁৰ ৰূপহীৰ বাসিন্দা মাৰফত আলী

  • কামৰূপ এক্সপ্ৰেছ যোগে আহিছিল সৰবৰাহকাৰী মাৰফত আলী 

  • বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা আছিল টেবলেটখিনি

  • নগাৱঁৰ ৰূপহীৰ বাসিন্দা মাৰফত

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in