New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8e923f83-3a15-4435-8634-a531c236075b/222.jpg)
গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ বৃহৎ সংখ্যক ড্ৰাগছ
আৰক্ষীয়ে জব্দ কৰে ১০ হাজাৰটা ছেমপেক্স টেবলেট
কেইবা লাখ টকা বজাৰ মূল্য এই টেবলেটখিনি
মাৰফত আলী নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
নগাৱঁৰ ৰূপহীৰ বাসিন্দা মাৰফত আলী
কামৰূপ এক্সপ্ৰেছ যোগে আহিছিল সৰবৰাহকাৰী মাৰফত আলী
বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা আছিল টেবলেটখিনি
নগাৱঁৰ ৰূপহীৰ বাসিন্দা মাৰফত