বোকাজানৰ শান্তিপুৰত ৮ কুইণ্টল গাঞ্জা জব্দ...

বোকাজানৰ শান্তিপুৰত ৮ কুইণ্টল গাঞ্জা জব্দ...
  • বোকাজানৰ শান্তিপুৰত ৮ কুইণ্টল গাঞ্জা জব্দ।

  • বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ এই গাঞ্জাখিনি।

  • ডিমাপুৰৰ পৰা HR 38 X 8093 নম্বৰৰ এখন ট্ৰাকত আনিছিল এই গাঞ্জাখিনি।

  • গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

  • ইতিমধ্যে গাড়ী চালক সেৱা সিং(𝚂𝚎𝚠𝚊 𝚜𝚒𝚗𝚐𝚑)ক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in