/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e14168f9-b1d0-4153-b3f5-3c683873b080/ganja.jpg)
-
বোকাজানৰ শান্তিপুৰত ৮ কুইণ্টল গাঞ্জা জব্দ।
-
বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ এই গাঞ্জাখিনি।
-
ডিমাপুৰৰ পৰা HR 38 X 8093 নম্বৰৰ এখন ট্ৰাকত আনিছিল এই গাঞ্জাখিনি।
-
গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
-
ইতিমধ্যে গাড়ী চালক সেৱা সিং(𝚂𝚎𝚠𝚊 𝚜𝚒𝚗𝚐𝚑)ক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে।