/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cecf3e07-ad77-46f6-a1dc-e41aca32b995/download.jpg)
মহানগৰীত পুনৰ ড্ৰাগছ জব্দ।
ড্ৰাগছসহ আটক সৰবৰাহকাৰী এগৰাকী যুৱতী।
আটক কৰা যুৱতী গৰাকীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ।
গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ ড্ৰাগছখিনি।
চৰকাৰী ৰেল আৰক্ষীৰ দ্বাৰা জব্দ ড্ৰাগছ-টেবলেট।
জব্দ ৫ সহস্ৰাধিক নিচাযুক্ত টেবলেট ,২২ গ্ৰাম ব্ৰাউন চুগাৰ।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱতীগৰাকীৰ নাম ৰহিলা পাৰবিন আৰু তেওঁৰ ঘৰ ডিমাপুৰত।
যুৱতীগৰাকীয়ে ৰেলেৰে নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ আনিছিল এই ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট ।