নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ সৰবৰাহ কৰা যুৱতী আটক...

যুৱতীগৰাকীয়ে ৰেলেৰে নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ আনিছিল এই ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট ।
নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ সৰবৰাহ কৰা যুৱতী আটক...
  • মহানগৰীত পুনৰ ড্ৰাগছ জব্দ।

  • ড্ৰাগছসহ আটক সৰবৰাহকাৰী এগৰাকী যুৱতী।

  • আটক কৰা যুৱতী গৰাকীৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ।

  • গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ ড্ৰাগছখিনি।

  • চৰকাৰী ৰেল আৰক্ষীৰ দ্বাৰা জব্দ ড্ৰাগছ-টেবলেট।

  • জব্দ ৫ সহস্ৰাধিক নিচাযুক্ত টেবলেট ,২২ গ্ৰাম ব্ৰাউন চুগাৰ।

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱতীগৰাকীৰ নাম ৰহিলা পাৰবিন আৰু তেওঁৰ ঘৰ ডিমাপুৰত।

  • যুৱতীগৰাকীয়ে ৰেলেৰে নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ আনিছিল এই ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in