ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী...

বোকাজানত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন। ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ এদিনত দুটাকৈ সাফল্য লাভ কৰে।

author-image
Asomiya Pratidin
New Update
ড্ৰাগছ সহ আটক দুই সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, বোকাজান: বোকাজানত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন। ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ এদিনত দুটাকৈ সাফল্য লাভ কৰে।

Advertisment

দেওবাৰে পুৱা ডিলাইত ৩.৫ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰাৰ পাছত বোকাজানত পুনৰ জব্দ ৬৫০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে।

AS-01-AL-1677 নম্বৰৰ এখন ক'লা ৰঙৰ স্কৰপfঅ বাহনত উদ্ধাৰ হেৰ'ইনখিনি। ৫০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা। হেৰ'ইনসহ আৰক্ষীৰ জালত মণিপুৰৰ আইজাক আৰু তিনিচুকীয়া জিলাৰ লম্বিত মৰাণ নামৰ দুই সৰবৰাহকাৰী।

আৰু পঢ়ক: জীৱনৰ বিজ্ঞাপন !

assam bokajan