/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cda40e8c-29bf-464a-85a9-316b801267ea/drugs.jpg)
-
বোকাজানত পুনৰ ৫ কোটি টকাৰ ড্ৰাগছ জব্দ।
-
বোকাজানৰ CRPF ৰ গোপন নাকা তালাচীত জব্দ ৬৬৪ গ্ৰাম হেৰ'ইন।
-
AS05D 4641 নম্বৰৰ এখন বাহনত গোপনে চেম্বাৰ বনাই লুকুৱাই আনিছিল ড্ৰাগছখিনি।
-
৫০ টা ড্ৰাগছৰ চাবোনৰ বাকচ উদ্ধাৰ কৰে বোকাজান আৰক্ষীয়ে।
-
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গোলাঘাটলৈ নিয়াৰ পথতে জব্দ কৰে ড্ৰাগছখিনি।
-
ড্ৰাগছ সৰবৰাহকাৰী চাহাবুদ্দিনক আটক কৰিছে বোকাজান আৰক্ষীয়ে।
-
ধৃত চাহাবুদ্দিনৰ ঘৰ কৰিমগঞ্জৰ মেদাল বুলি জানিবলৈ দিছে আৰক্ষীয়ে।