বোকাজানত জব্দ ৫০ লাখ টকাৰ ড্ৰাগছ...

বোকাজান ৰেলৱে আৰক্ষীৰ জালত ৫০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ।

author-image
Asomiya Pratidin
New Update
বোকাজানত জব্দ ৫০ লাখ টকাৰ ড্ৰাগছ...

  • বোকাজান ৰেলৱে আৰক্ষীৰ জালত ৫০ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ।

  • উজনিমুৱা মৰিয়নী এস্কপ্রেছত ২০ চাবোনৰ বাকচত উদ্ধাৰ ২৪৬.৯৫ গ্ৰাম ড্ৰাগছ।

  • ড্ৰাগছ সৰবৰাহকাৰী দুই মহিলাক আটক কৰিছে বোকাজান আৰক্ষীয়ে।

  • আটকাধীন দুই মহিলা ক্ৰমে মনিশা সন্দিকৈ আৰু ৰিংকি দাস।

  • নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ আনিছিল এই ড্ৰাগছখিনি।

  • ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

drugs assam bokajan Assam police