/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0dfbc071-0929-45a0-98e6-7a9055f5cf08/dsdfdffd.jpg)
-
ডিলাই আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী
-
বোকাজান মহকুমা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান
-
দেওবাৰে নিশা এক বিশেষ সূত্ৰৰ ভিত্তিত লাহৰিজান তহলদাৰী নিয়মীয়া আৰক্ষীৰ তালাচীত জব্দ ড্ৰাগছখিনি।
-
মণিপুৰ দিশৰ পৰা আহি থকা AS01BF 0246 নম্বৰৰ এখন FORD ECCO বাহনত অভিযান চলাই ১৫টা চাবোনৰ বাকচত ২০০.০৩ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়।
-
আৰক্ষীয়ে এই সন্দৰ্ভত মণিপুৰৰ আব্দুল কালাম আৰু মহম্মদ নাৱাজ চৰীফ নামৰ দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
-
জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য ১৩ লাখ মান হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।
Also Read: ২১ ফেব্ৰুৱাৰীৰ পৰা মঙলদৈত বর্ষীয় বৰসভা, মুখ্যমন্ত্রীয়ে কৰিব পূর্ণাহুতি