অসম মুখ্য-পৃষ্ঠা ডবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, গ্ৰেপ্তাৰ এজন… ডবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, গ্ৰেপ্তাৰ এজন… asomiyapratidin 08 Jun 2022 08:16 IST Follow UsNew Updateডবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ।এখন প্রেছ লিখিত বাহনৰ পৰা জব্দ নিচাজাতীয় টেবলেটখিনি।অভিযানত তিনিটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ।গ্রেপ্তাৰ ডিফুৰ জেংচিং ইংতি, চেব তেৰং, ৰাজা তেৰং।জব্দকৃত বাহনখনৰ নম্বৰ AS 01 AX 3979। drugs doboka assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক