মহানগৰীত ড্ৰাগছ আৰু নগদ ধনসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মহানগৰীত ড্ৰাগছ আৰু নগদ ধনসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
  • পল্টন বজাৰত ড্ৰাগছ আৰু নগদ ধনসহ তিনিজন গ্ৰেপ্তাৰ ।

  • ১২ পেকেট ব্ৰাউন চুগাৰ আৰু নগদ তিনি লাখ সত্তৰ হাজাৰ টকাসহ উদ্ধাৰ।

  • বুধবাৰে নিশা পল্টন বজাৰ থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰী কেইটা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in