/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/police.jpg)
ডিজিটেল সংবাদ, চিৰাং: গোপন তথ্যৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই ঢালিগাঁৱৰ বজাৰ এলেকাৰ পৰা বৃহস্পতিবাৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ।
ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ১৮ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ এখন AS 26 B 8143 নম্বৰৰ মহিন্দ্ৰা এক্স ইউ ভি বাহন আৰু এখন আই ফোন লগতে নগদ পোন্ধৰশ টকা জব্দ কৰে ।
উক্ত ড্ৰাগছ সৰবৰাহকাৰী জন ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ 530/A নং আবাসৰ বাসিন্দা উদিত প্ৰীতম দাস ।
আৰু পঢ়ক: সৰুক্ষেত্ৰীত প্ৰতিবাদ; ঠিকাদাৰৰ হেমাহিৰ বাবে জীয়াতু ভুগিছে ৰাইজে…
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us