ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি

ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি

author-image
Asomiya Pratidin
New Update
মহানগৰীত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণঃ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ এজন…

  • ড্রাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।

  • আৰক্ষীৰ জালত এগৰাকী যুৱ কংগ্রেছী নেতা।

  • ১৮ হাজাৰ য়াবা টেবলেটসহ গ্রেপ্তাৰ নেতাগৰাকী।

  • গ্রেপ্তাৰ প্রাক্তন যুৱ কংগ্রেছৰ সভাপতি আজহাৰ উদ্দিন।

  • বিলাসী বাহনেৰে মণিপুৰৰ পৰা টেবলেটখিনি লৈ অহাৰ সময়তে গ্রেপ্তাৰ হয় নেতাগৰাকী।

  • জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে।

Advertisment

Also Read: 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন

drugs peddler