
দক্ষিণ কামৰূপত ৰাইজে কৰায়ত্ত কৰিলে ড্রাগছ সৰবৰাহকাৰী
গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰ গাঁৱত ড্রাগছসহ কৰায়ত্ত সৰবৰাহকাৰী
ধৃত সৰবৰাহকাৰীটো গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ হাৰুনাল
হাৰুনালৰ পৰা জব্দ ড্রাগছভৰ্তি ১০টা কণ্টেইনাৰ
ৰাইজে জোৰশিমুলী আৰক্ষীক চমজাই দিয়ে ড্রাগছসহ সৰবৰাহকাৰীটো