নগাঁও চহৰত ড্ৰাগছ ব্যৱসায়ীৰ চুৰিৰ আক্ৰমণত আহত এক

নগাঁও চহৰত ড্ৰাগছ ব্যৱসায়ীৰ চুৰিৰ আক্ৰমণত আহত এক
  • নগাঁও চহৰত ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম্য  

  • নিশা নগাঁৱৰ চকিটূপত আতংকময় পৰিৱেশ

  • যুৱকক চুৰীৰে আঘাত ড্ৰাগছ ব্যৱসায়ীৰ

  • আহত যুৱকজনৰ নাম বিক্ৰম হক

  • আক্ৰমণকাৰী তথা ড্ৰাগছ ব্যৱসায়ী ছফিকুল ওৰফে মন্টু

  • মন্টুৰ আক্ৰমনত পিঠি, হাত, ডিঙি, বুকুত আঘাটপ্ৰাপ্ত হয় বিক্ৰম

  • চুৰিৰ আঘাটত আহত বিক্ৰমক স্হানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে

  • ছফিকুল ওৰফে মন্টুয়ে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে

  • চহৰখনৰ ফাঁচিৰোডত ড্ৰাগছৰ ব্যৱসায় কৰা মন্টুৰ বাসভৱন উচ্ছেদ কৰিছিল

    প্ৰশাসনে

  • ফাঁচি ৰোডৰ পৰা গৈ ব্যৱসায়ীজনে চকিটূপত আশ্ৰয় লৈ ড্ৰাগছৰ বেহা চলাই আহিছে

  • আহত বিক্ৰমৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in