/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2bde596a-de70-4bd5-ba1d-935b5d336837/111.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/878e7c2d-c9f6-47d8-855b-f5c776ae76c0/stab.jpg)
নগাঁও চহৰত ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম্য
নিশা নগাঁৱৰ চকিটূপত আতংকময় পৰিৱেশ
যুৱকক চুৰীৰে আঘাত ড্ৰাগছ ব্যৱসায়ীৰ
আহত যুৱকজনৰ নাম বিক্ৰম হক
আক্ৰমণকাৰী তথা ড্ৰাগছ ব্যৱসায়ী ছফিকুল ওৰফে মন্টু
মন্টুৰ আক্ৰমনত পিঠি, হাত, ডিঙি, বুকুত আঘাটপ্ৰাপ্ত হয় বিক্ৰম
চুৰিৰ আঘাটত আহত বিক্ৰমক স্হানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে
ছফিকুল ওৰফে মন্টুয়ে এই ঘটনা সংঘটিত কৰি পলায়ন কৰে
চহৰখনৰ ফাঁচিৰোডত ড্ৰাগছৰ ব্যৱসায় কৰা মন্টুৰ বাসভৱন উচ্ছেদ কৰিছিল
প্ৰশাসনে
ফাঁচি ৰোডৰ পৰা গৈ ব্যৱসায়ীজনে চকিটূপত আশ্ৰয় লৈ ড্ৰাগছৰ বেহা চলাই আহিছে
আহত বিক্ৰমৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ