New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- মুকালমুৱাত ড্রাগছসহ গ্রেপ্তাৰ এজন ড্রাগছ সৰবৰাহকাৰী।
- গ্রেপ্তাৰ ড্রাগছ সৰবৰাহকাৰী ফইজুল হকক।
- ১নং লোহাৰকাঠাৰ পৰা গ্রেপ্তাৰ সৰবৰাহকাৰীটোক।
- বাসগৃহতে ফইজুলে মজুত ৰাখিছিল কেইবাটাও ড্রাগছভৰ্তি কণ্টেইনাৰ।
- দীৰ্ঘদিন ধৰি ফাইজুলে অঞ্চলটোত ড্রাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us