আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্রাগছ সৰবৰাহকাৰী আনোৱাৰ হুছেইন

আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্রাগছ সৰবৰাহকাৰী আনোৱাৰ হুছেইন

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ অভিযানত আটক কুখ্যাত ড্রাগছ সৰবৰাহকাৰী আনোৱাৰ হুছেইন

ডিজিটেল ডেস্কঃ জুৰীয়াত অব্যাহত আছে আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান। দেওবাৰে জুৰীয়াত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

Advertisment

এই অভিযানত জব্দ কৰা হৈছে ২টাকৈ ড্রাগছভৰ্তি চাবোনৰ বাকচসহ ২৪.১০ গ্রাম হেৰ’ইন। লগতে আটক কৰা হয় কুখ্যাত ড্রাগছ সৰবৰাহকাৰী আনোৱাৰ হুছেইনক। উল্লেখ্য যে, অধিক তথ্যৰ বাবে আনোৱাৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: মহানগৰীত পুনৰ অপহৃত শিশু

drugs peddler drugs seized