/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f52bbe47-0ec5-4e59-a4bf-0773eaab8bc4/Screenshot (695).png)
-
কামৰূপৰ সোণতলীত শুকুৰবাৰে নিশা ৰাইজে ড্রাগছ বিৰোধী অভিযান চলাই।
-
অভিযানত ৰাইজে সেলেসুঁতিৰ পৰা ড্রাগছসহ এজন সৰবৰাহকাৰী আটক কৰে।
-
আটক কৰা সৰবৰাহকাৰীটো মোবাৰক আলী বুলি জানিব পৰা গৈছে।
-
ধৃত মোবাৰক আলী এটা ড্রাগছ ব্যৱসায়ী।
-
মোবাৰকৰ পৰা এখন বিলাসী বাহনসহ ১টা ড্রাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে।
-
ধৃত মোবাৰক আলীক ৰাইজে সোণতলী আৰক্ষীক চমজাই দিয়ে।
Also Read: ঢাকাৰ ছাত্ৰ বিপ্লৱৰ মাজতে আৰক্ষীৰ গুলীত সংবাদ কৰ্মীক নিহতঃ PEC ৰ প্ৰতিক্ৰিয়া...