New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9f662f20-76c4-428e-a04d-8f8831d938d8/assammmmm_drugs.jpg)
গৰৈমাৰীৰ টুক্রাপাৰাত ড্রাগছ আসক্ত যুৱকক আটক।
ড্রাগছসহ যুৱকজনক আটক ৰাইজৰ।
ড্রাগছ আসক্ত যুৱকজনৰ নাম মনোৱাৰ হুছেইন।
মনোৱাৰ হুছেইনৰ পৰা ড্রাগছৰ এটা কণ্টেইনাৰ উদ্ধাৰ।
ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে মনোৱাৰ হুছেইনক।