/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0805b82f-7f70-471f-b588-69b5cb4fb7a8/111.jpg)
ভুৱা ই ডব্লিউ এছ প্রমাণ পত্রৰে অসম লোকসেৱা আয়োগত নিযুক্তিৰ সন্দেহ
ডলী ডেকাক চাকৰিত যোগদানত বাধা চৰকাৰৰ
ডলী ডেকাৰ ই ডব্লিউ এছ প্রমাণপত্র পৰীক্ষা কৰাৰ নিৰ্দেশ
কলাক্ষেত্রত অনুষ্ঠিত নিযুক্তি প্রক্রিয়াত অংশগ্রহণত বাধা
অসম লোকসেৱা আয়োগৰ ফলাফলৰ ৯৮ সংখ্যক স্থানত আছিল ডলী ডেকা